প্ৰিয়তমা নাৰী
মোৰ প্ৰিয়তমা নাৰী তুমি মৰমৰ হেন্দুলনীত দো খাই পৰা হৃদয়খনে আজি খৰকৈ উশাহ সলাইছে তোমাক পোৱাৰ বাসনাৰে ভাল লগাৰ পুলিবোৰ লহপহকৈ বাঢ়িছে... তোমাৰ যত্নত | আৰুযে আমাৰ সপোনবোৰ ! জা...
"ভঙা কলিজাত কোনে বিনাই কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাই"