দূৰণিৰ নীল সেই গাঁওখন
""দূৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহেনেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?
ওখনে প্ৰেমতকৈও?""
এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহেনেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?
ওখনে প্ৰেমতকৈও?""
Comments
Post a Comment