মুখ আৰু মুখা
১
মানুহ আৰু কবি একে নহয় |
মানুহ আৰু কবি একে নহয় |
২
মানুহৰ মুখা থাকে কবিৰ নাথাকে
কাৰণ কবি মুখাৰে নিৰ্মিত
মানুহৰ মুখা থাকে কবিৰ নাথাকে
কাৰণ কবি মুখাৰে নিৰ্মিত
মানুহৰ অপবাদ থাকে কবিৰ নাথাকে|
মানুহৰ দুৰ্ঘটনা থাকে কবিৰ নাথাকে |
কাৰণ কবি দুৰ্ঘটনাতেই জন্ম |
মানুহৰ দুৰ্ঘটনা থাকে কবিৰ নাথাকে |
কাৰণ কবি দুৰ্ঘটনাতেই জন্ম |
৩
পৃথিৱীৰ সমস্ত গ্লানি-গৰিহনা
কবিয়ে বয় |
কাৰণ মানুহ সৰল মূৰ্খ
আৰু কবি জটিল মূৰ্খ |
পৃথিৱীৰ সমস্ত গ্লানি-গৰিহনা
কবিয়ে বয় |
কাৰণ মানুহ সৰল মূৰ্খ
আৰু কবি জটিল মূৰ্খ |
কাব্য ভ্ৰমৰ পৃষ্ঠভূমিত সৃষ্টি হোৱা
কবিৰ এনে বিশৃংখল ধাৰণা
কোনো মানুহেই সহজভাবে নলয় |
কাৰণ কওতাৰ ভ্ৰম নে শুনোতাৰ?
নে এই পাঠ পঢ়োতাৰ
কবিৰ এনে বিশৃংখল ধাৰণা
কোনো মানুহেই সহজভাবে নলয় |
কাৰণ কওতাৰ ভ্ৰম নে শুনোতাৰ?
নে এই পাঠ পঢ়োতাৰ
সেই সিদ্ধান্তৰ ভাৰ
কবিৰ অনুগামীসকলৰ |
কবিৰ অনুগামীসকলৰ |
Comments
Post a Comment