এইয়া আমাৰ সময়
(জয়কৃষ্ণ পায়েংদেৱৰ স্মৃতিৰে, আমি মনত ৰাখো
কবিতাত মাটিৰ গোন্ধ...)
প্ৰাচীন গধূলি
আপঙৰ বাতিত শুই পৰিল
ভাগৰুৱা বেলি।
,
নৈৰ বুকু চুঁচৰি উজাই আহিল নাওবোৰ
,
গৰখীয়াজনে শামুকৰ খোলাটো পানীত বুৰাওতে
নাৱৰীয়াজনে ক'লে আগৰ দৰে নৈত সোঁত নাই, এইবেলি নাই মাছ ।
,
,
গৰখীয়াজনে শামুকৰ খোলাটো পানীত বুৰাওতে
নাৱৰীয়াজনে ক'লে আগৰ দৰে নৈত সোঁত নাই, এইবেলি নাই মাছ ।
,
চোতালত টুপুককৈ সৰা জোনটোক
বেতৰ সুতেৰে মেৰিয়াই মেৰিয়াই বান্ধি ৰাখিলে অই:নিতম এটাই
,
পোহৰ দেখি পোহৰ হয় মানুহ
একান্তই প্ৰয়োজন এখন স্বচ্ছ আইনাৰ
প্ৰতিফলিত হ'ব সকলোৰে মুখ,
বেতৰ সুতেৰে মেৰিয়াই মেৰিয়াই বান্ধি ৰাখিলে অই:নিতম এটাই
,
পোহৰ দেখি পোহৰ হয় মানুহ
একান্তই প্ৰয়োজন এখন স্বচ্ছ আইনাৰ
প্ৰতিফলিত হ'ব সকলোৰে মুখ,
আৰু এটা দীঘলীয়া উশাহৰ বাট
ক্লান্ত দুপৰীয়া এটাত জিৰাবহি হাজাৰ পথিক
আমাৰ ছাঁত।
ক্লান্ত দুপৰীয়া এটাত জিৰাবহি হাজাৰ পথিক
আমাৰ ছাঁত।
এইয়া আমাৰ সময়।
এইয়া আমাৰ সময় ।☺
Comments
Post a Comment